অৱশেষত ৰাজনীতিলৈ মন মেলিলে শংকৰজ্যোতি বৰুৱাই! কোন দলত কৰিব যোগদান?
কেতিয়াবা যদি কংগ্ৰেছত আৰু কেতিয়াবা বিজেপিত যোগদান কৰিব বুলি একাংশই অপপ্ৰচাৰ চলাইছিল। যাৰ বাবে বাৰে বাৰে নিজৰ স্থিতি সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি আহিছিল শংকৰজ্যোতি বৰুৱাই। কিন্তু আজি সামাজিক মাধ্যমত দিয়ে এক আচৰিত পোষ্ট!

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5