ঘৰৰ কোন দিশ তুলসী পুলি ৰোপণ কৰিব লাগে ? ঘৰলৈ লক্ষ্মী আহিব…
আমাৰ অসমীয়া সমাজৰ প্ৰতি ঘৰতে তুলসী গছ থাকে । তুলসী পাত বহু ৰোগৰ বনৌষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । কাতি বিহুত তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় । ইয়াৰ লগতে অন্যান্য পূজা-অৰ্চনাটোত তুলসী পাত ব্যৱহাৰ কৰা হয় । সমাজৰ পৰম্পৰা অনুসৰি, তুলসী গছ ৰোপণ কৰাৰো কিছুমান নিয়ম আছে ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8