Whatsapp য়ে ব্যৱহাৰকাৰীৰ বাবে আনিছে নতুন ফিচাৰ, কি এই ফিচাৰ ? জানক
ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে নতুন নতুন আপডেটৰ কাম কৰি থাকে WhatsApp য়ে। WABetaInfo ৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ বিটা সংস্কৰণ ২.২৪.২৫.২ত এই নতুন ফিচাৰৰ বিষয়ে প্ৰকাশ পাইছে। বৰ্তমান এই নতুন ফিচাৰৰ পৰীক্ষা চলি আছে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5