5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Whatsapp য়ে ব্যৱহাৰকাৰীৰ বাবে আনিছে নতুন ফিচাৰ, কি এই ফিচাৰ ? জানক

ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে নতুন নতুন আপডেটৰ কাম কৰি থাকে WhatsApp য়ে। WABetaInfo ৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ বিটা সংস্কৰণ ২.২৪.২৫.২ত এই নতুন ফিচাৰৰ বিষয়ে প্ৰকাশ পাইছে। বৰ্তমান এই নতুন ফিচাৰৰ পৰীক্ষা চলি আছে ।

manas-borah
Manas Borah | Updated On: 30 Nov 2024 18:59 PM
ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে নতুন নতুন আপডেটৰ কাম কৰি থাকে WhatsApp য়ে। WABetaInfo ৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ বিটা সংস্কৰণ ২.২৪.২৫.২ত এই নতুন ফিচাৰৰ বিষয়ে প্ৰকাশ পাইছে। বৰ্তমান এই নতুন ফিচাৰৰ পৰীক্ষা চলি আছে ।

ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে নতুন নতুন আপডেটৰ কাম কৰি থাকে WhatsApp য়ে। WABetaInfo ৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ বিটা সংস্কৰণ ২.২৪.২৫.২ত এই নতুন ফিচাৰৰ বিষয়ে প্ৰকাশ পাইছে। বৰ্তমান এই নতুন ফিচাৰৰ পৰীক্ষা চলি আছে ।

1 / 5
কেৱল নিৰ্বাচিত এণ্ড্ৰইড ব্যৱহাৰকাৰীয়েহে এই ফিচাৰ সুবিধা ল’ব পাৰিব। এই ফিচাৰ অতি সোনকালে আন ব্যৱহাৰকাৰীৰ বাবেও মুকলি কৰাৰ সম্ভাৱনা আছে।

2 / 5
নতুন ফিচাৰৰ জৰিয়তে এতিয়া ব্যৱহাৰকাৰীয়ে নিজাকৈ ষ্টীকাৰ পেক তৈয়াৰ কৰি শ্বেয়াৰ কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি সমগ্ৰ ষ্টীকাৰ পেকটো একেলগে শ্বেয়াৰ কৰিব পাৰিব।

3 / 5
হোৱাটছএপত তৈয়াৰ কৰা ষ্টীকাৰ পেকটোৰ লিংক তৈয়াৰ কৰি বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰিব । আপোনাৰ বন্ধুৱেও পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব । আপুনি বিচৰা ষ্টীকাৰ পেকসমূহ আপোনাৰ লাইব্ৰেৰীত ৰাখিব পাৰে আৰু আপুনি প্ৰয়োজন নোহোৱাবোৰো ডিলিট কৰিব পাৰে ।

4 / 5
হোৱাটছএপতো দেখা যায় নতুন টাইপিং ইনডিকেটৰ। নতুন টাইপিং ইনডিকেটৰটো আইফোনৰ আইমেছেজ এপৰ দৰে দেখা যাব, য’ত ওপৰত শব্দ টাইপ কৰাৰ পৰিৱৰ্তে তিনিটা বিন্দুৰ এনিমেটেড চাট বাবল দেখা যাব। এইটো ওপৰৰ পৰিৱৰ্তে চাট স্ক্ৰীণৰ তলত দেখা যাব।Whatsapp য়ে ব্যৱহাৰকাৰীৰ বাবে আনিছে নতুন ফিচাৰ, কি এই ফিচাৰ ?

5 / 5
Latest Stories