শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold rate today: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ সময়ত সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক! জানক বৰ্তমান কিমান মূল্য…

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ দাম হ্ৰাস পোৱাটোৱেই হৈছে সোণ ক্ৰয়ৰ উপযুক্ত সময়। চাওঁ আহক ২০২৫ চনৰ ১৮ জুনত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য কিমান।

barasha-misra
Barasha Misra | Published: 22 Jun 2025 12:44 PM
বৰ্তমান মুম্বাই, চেন্নাই আৰু কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২৩৫০ টকা। হায়দৰাবাদত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ১০০৭৫০ টকা। দেশৰ ভিতৰত সোণৰ মূল্য ঘৰুৱা আৰু বিশ্বব্যাপী উভয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়।

1 / 5
পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ'ব পাৰে। ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনাৰ বাবে ২২ জুনত সোণৰ মূল্য হ্ৰাস পাইছে।

2 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,০৭৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৩৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৭,৫৫৬ টকা।

3 / 5
২০ জুনত পুনৰবাৰ বৃদ্ধি পাইছিল সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি। কিন্তু আজি পুনৰ পৰিৱৰ্তন ঘটিছে সোণ-ৰূপৰ দৰৰ। ২১ জুনত সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। কালি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছে ১,০০,৪৭০ টকা। ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯২,০৯০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৩৫০ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,১০,০০০ টকা।

5 / 5