Todays Gold Rate in Guwahati: বছৰৰ শেষৰ দিনটোত হ্ৰাস পালে সোণৰ মূল্য! জানক গুৱাহাটীত কিমান উত্থান-পতন হৈছে সোণ আৰু ৰূপৰ মূল্য
আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৪৪০ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৭৭,৭১০ টকা হৈছে। ইয়াৰোপৰি আজি ১০০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৪,৪০০ টকা হ্ৰাস হৈ ৭,৭৭,১০০ টকা হৈছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5