শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

সোণৰ মূল্য দিনক দিনে বৃদ্ধি হৈছে। বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰি আহিছে। আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক।

Barasha Misra
Barasha Misra | Published: 09 Mar 2025 12:09 PM
আজি ভাৰতত প্ৰতি গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৮,৭৮৬ টকা, ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৮,০৫৫ টকা, আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৬,৫৯১ টকা।

1 / 5
সোণৰ মূল্য দিনক দিনে বৃদ্ধি হৈ আহিছে। বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰি আহিছে।

2 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৭৭১ টকা, ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,০৪০ টকা আৰু ১৮ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৬,৫৭৮ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, শনিবাৰৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৭৭১ টকা, ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,০৪০ টকা আৰু ১৮ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৬,৫৭৮ টকা আছিল। আজি গুৱাহাটীত সোণৰ দামত কোনো পৰিৱৰ্তন দেখা নাই।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,১০০ টকাা হৈছে। শনিবাৰৰ তুলনাত আজি ৰূপৰ মূল্যৰো সালসলনি হোৱা নাই।

5 / 5