শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: সোণ-ৰূপে আচৰিত কৰিব আপোনাক, কৰিলে অভিলেখ ভংগ!

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ৭ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

barasha-misra
Barasha Misra | Updated On: 07 Aug 2025 09:52 AM
আজি ৭ আগষ্ট বৃহস্পতিবাৰে পুনৰ বৃদ্ধি হৈ পৰিল সোণৰ মূল্য। আজি ১০ গ্ৰাম সোণৰ মূল্য মাত্ৰ ১০০ টকা বৃদ্ধি পাইছে। ৰাখীবন্ধনৰ পূৰ্বে দেশত সোণৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। দিল্লী, ইউ পি, ৰাজস্থান, বিহাৰৰ দৰে ৰাজ্যত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৪০০ টকাৰ ওপৰত ব্যৱসায় কৰি আছে।

1 / 5
দেশৰ প্ৰধান ৰাজ্যসমূহত ১ কেজি ৰূপৰ মূল্য ১,১৬,১০০ টকা। আজি ৰূপৰ মূল্য কালিৰ তুলনাত ১০০০ টকা বৃদ্ধি পাইছে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,২৫৫ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৪০০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬৯১ টকা হৈছে।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি ৭ আগষ্ট বৃহস্পতিবাৰে গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৭ আৰু প্ৰতি কিলোগ্ৰামত ১,১৭,০০০ টকা হৈছে।

4 / 5
ষ্টকিষ্ট অৰ্থাৎ পাইকাৰী ব্যৱসায়ীসকলে অহৰহ সোণ ক্ৰয় কৰি থাকে। বজাৰত চাহিদা বাঢ়িলে দামো বাঢ়ে। ইয়াৰ উপৰিও মানুহে অৰ্থনৈতিক পৰিস্থিতিত অনিশ্চয়তা অনুভৱ কৰাৰ বাবেই নিৰাপদ বিনিয়োগ হিচাপে সোণ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত মূল্য বৃদ্ধি পাইছে।

5 / 5