শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: গুৱাহাটীৰ বজাৰত আজি কিমান দামত বিক্ৰী হৈছে সোণ-ৰূপ? সবিশেষ জানক

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৯০০ টকা।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 05 May 2025 11:46 AM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম   ৯৫,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৭৫০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০,০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৯০০ টকা। আজি দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৮,০০,০০ টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৭৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৮০ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭১,৮০০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৭,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৭৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
গুৱাহাটীৰ বজাৰত দাম কমিল ৰূপৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৭,০০,০০ টকা।

5 / 5