শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold rate today: আজি সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক! জানক গুৱাহাটীত কিমান মূল্য…

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ।

barasha-misra
Barasha Misra | Published: 05 Jul 2025 11:30 AM
আজি সোণৰ মূল্য বৃদ্ধি পালে। ৫ জুলাই শনিবাৰে সোণৰ মূল্য সামান্য বৃদ্ধি পোৱাৰ লগে লগে বুলিয়ন বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৯৮,৭০০ টকা আৰু ২২ কেৰেট সোণৰ হাৰ ৯০,৫০০ টকাৰ ওপৰত হয়।

1 / 5
আমেৰিকাৰ বিত্তীয় ঘাটিৰ উদ্বেগ আৰু শুল্ক নীতিক লৈ অনিশ্চয়তাৰ বাবে বজাৰত উঠা-নমা অব্যাহত আছে। ইয়াৰ ফলত আটাইতকৈ নিৰাপদ বিনিয়োগ বুলি গণ্য কৰা ধাতু সোণৰ ওপৰতো প্ৰভাৱ পৰিছে।

2 / 5
৫ জুলাইত সোণৰ মূল্য যথেষ্ট হ্ৰাস পায়। ২৪ কেৰেটৰ ১০০ গ্ৰাম সোণৰ মূল্য ৬০০০ টকা হ্ৰাস পাই ৯,৮৭,৩০০ টকা হোৱাৰ বিপৰীতে ১০ গ্ৰাম সোণৰ মূল্য ৬০০ টকা হ্ৰাস পাই ৯৮,৭৩০ টকা হয়।

3 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০.১০ প্ৰতি গ্ৰাম আৰু ১,১০,১০০ প্ৰতি কিলোগ্ৰামত।

4 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৮৮৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,০৬০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪১৩ টকা।

5 / 5