শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক…

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৭,১২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৮,২০০ ।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 03 Sep 2025 09:55 AM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৬,৯৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৮,০৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,২৭,০০০  টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০৭,১২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৮,২০০ ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,২৭,০০০  টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,৬৯৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮০৫  টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮,০২৩ টকা হৈছে।

3 / 5
একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,২৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯৮,০৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,৯৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১২৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,২৭,০০০ টকা।

5 / 5