শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: পূজাৰ বতৰত সোণে কৰিব সকলোকে আচৰিত! জানক গুৱাহাটীৰ বজাৰত কিমান দৰত কিনিব সোণ-ৰূপ

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ২৯ ছেপ্তেম্বৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

barasha-misra
Barasha Misra | Published: 29 Sep 2025 09:57 AM
সোণ-ৰূপে গতি লাভ কৰিছে। ৯:১৭ বজাৰ পৰাই ৰূপৰ মূল্য় ১ কেজি ৰূপত ১,৮৪৫ টকা বৃদ্ধি পাইছে। ইফালে সোণৰ মূল্য ৯:১৮ বজাত প্ৰতি ১০ গ্ৰামত ৮৩৫ টকা বৃদ্ধি পাইছে।

1 / 5
পুৱা ৯:২৭ বজাত ১০ গ্ৰাম সোণৰ মূল্য ১১৪,৫৪৭টকা, প্ৰতি ১০ গ্ৰামত ৭৫৯ টকা লাভ। সোণে এতিয়ালৈকে প্ৰতি ১০ গ্ৰামত সৰ্বনিম্ন ১১৪,৩০০ টকা আৰু উচ্চতম ১১৪,৬২৭ টকা প্ৰতি ১০ গ্ৰামত উপনীত হৈছে।

2 / 5
পুৱা ৯:৩০ বজাত ১ কেজি ৰূপৰ মূল্য ১৪৩,১৪০ টকা। ইয়াৰ মূল্য ১৪৩,৯৬৮ টকা প্ৰতি কেজিত আৰু নিম্ন ১৪১,৭৫৮ টকা প্ৰতি কিলোগ্ৰামত উপনীত হৈছে। বৰ্তমান প্ৰতি কেজিত ৰূপৰ বৃদ্ধি হৈছে ১,২৫১ টকা। আজি গুৱাহাটীৰ বজাৰ সোণ-ৰূপৰ মূল্য কিমান হৈছে জানো আহক।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি আজি পুৱা গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,৬৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৬৭০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৮,৭৩০ টকা।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৫০ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৫০,০০০ টকা।

5 / 5