শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: বৃদ্ধি পালে সোণৰ মূল্য! আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপৰ গহণা

Gold Rate In Guwahati: আজি ২৭ মে', সোণ-ৰূপৰ মূল্য ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

barasha-misra
Barasha Misra | Published: 27 May 2025 14:46 PM
বিগত এসপ্তাহ ধৰি বুলিয়নৰ বজাৰত সোণৰ মূল্যৰ উঠা-নমা হৈ আছে। ২৬ মে’ত সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে আজি ২৭ মে’ত সোণৰ মূল্য বৃদ্ধি পাইছে বুলিয়ন বজাৰত।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেচ সোণৰ হাৰ ৪৯০ টকা বৃদ্ধি পাই ৯৮,২৮০ টকা হৈছে। ইয়াৰ পূৰ্বে ২৬ মে’ত এই মূল্য আছিল ৯৭,৭৯০ টকা। প্ৰতি ১০০ গ্ৰামত ২৪ কেৰেটৰ মূল্য ৪৯০০ টকা বৃদ্ধি পাই ৯,৮২,৮০০ টকা হৈছে আৰু ২৬ মে’ত আছিল ৯,৭৭,৯০০ টকা।

2 / 5
আজি ২২ কেৰেট সোণৰ মূল্য বৃদ্ধি পাইছে। প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৪৫০ টকা বৃদ্ধি হৈ ৯০,১০০ টকা হৈছে। আনহাতে, এদিন আগতে মূল্য আছিল ৮৯,৬৫০ টকা। প্ৰতি ১০০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৪৫০০ টকা বৃদ্ধি পাই ৯,০১,০০০ টকা হৈছে। ইয়াৰ পূৰ্বে প্ৰতি ১০০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৮,৯৬,৫০০ টকালৈ নামি আহিছিল।

3 / 5
গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ  প্ৰতি গ্ৰামত মূল্য ৯,৮১৩ টকা, ২২ কেৰেট সোণৰ মূল্য ৮,৯৯৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৬০ টকা। কালিৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৬৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৫০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩২৩ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০ টকা আৰু প্ৰতি কেজিত ১,০০,০০০ টকা।

5 / 5