শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: আকৌ কমিল সোণ-ৰূপৰ দাম, গুৱাহাটীত আজি ১০ গ্ৰাম সোণ কিমান টকাত বিক্ৰী হৈছে?

Gold and Silver Rate Guwahati: ইৰাণ-ইজৰাইল যুদ্ধৰ মাজত সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৪৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 23 Jun 2025 11:53 AM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,৬৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম   ৯২,৩০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,১০,০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,৬৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৩০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১০,০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৪৫০ ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১০,০০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০০,৮৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৪৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,০৬৯ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,২৩০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫৫২ টকা হৈছে।

Gold 1 2 1 Copy

3 / 5
একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৫২০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯২,৩০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৬৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৫২০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯২,৩০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৬৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১০,০০০ টকা।

Silver Price 1

5 / 5