শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price: সোণৰ মূল্য একেৰাহে হ্ৰাস, গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য?

২ জুলাইত সোণ-ৰূপৰ মূল্য সামান্য হ্রাস পাইছে। সোণ ১২০ টকা হ্ৰাস পাই ৯৭,৪৬০টকা প্ৰতি ১০ গ্ৰামত আৰু ৰূপৰ মূল্য ২০০ টকা হ্ৰাস পাই ১০৬,৫৩০ টকা প্ৰতি কেজিত। কিন্তু যোৱা ২০ বছৰত সোণৰ মূল্য প্ৰায় ১২০০ শতাংশ আৰু ৰূপ ৬৬৮ শতাংশ বৃদ্ধি পাইছে।

barasha-misra
Barasha Misra | Published: 02 Jul 2025 12:39 PM
পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ'ব পাৰে।

1 / 5
কিছুদিনৰ পৰা অবিৰতভাৱে বৃদ্ধি পাই আহিছে সোণ-ৰূপৰ মূল্য। বৰ্তমান বিশ্বৰ পৰিস্থিতি আৰু বজাৰত অস্থিৰতাৰ বাবে সোণ আৰু ৰূপৰ দৰে নিৰাপদ বিনিয়োগৰ বিকল্পৰ চাহিদা বৃদ্ধি পাইছে। কিন্তু আজি ২ জুলাইত সোণ-ৰূপৰ প্ৰাৰম্ভিক মূল্য সামান্য হ্ৰাস পাইছে। সোণৰ মূল্য ০.১২০ শতাংশ ১২০ টকা হ্ৰাস পাই ৯৭,৪৬০ টকা প্ৰতি ১০ গ্ৰাম হোৱাৰ বিপৰীতে ৰূপৰ মূল্য ২০০ টকা হ্ৰাস পাই ১০৬,৫৩০ টকা প্ৰতি কেজিত ব্যৱসায় কৰা হৈছে।

2 / 5
MCX ত ২ জুলাইত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৭২৫১ টকা। একে সময়তে ইণ্ডিয়ান বুলিয়ন এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ২৪ কেৰেট সোণৰ মূল্য ৯৭,৪৬০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ৮৯,৩৩৮ টকা। প্ৰতি কেজি ৰূপৰ মূল্য ১০৬৬৭০ টকা।

3 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৮৮৯ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,০৬৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪১৭ টকা।

4 / 5
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত ৰূপৰ মূল্য ১১০ আৰু প্ৰতি কিলোগ্ৰামত ১,১০,০০০ টকা।

5 / 5