শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price: দুৰ্গা পূজাৰ পূৰ্বে সোণৰ মূল্যই আচৰিত কৰিব আপোনাক! গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান, জানক…

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ১৩ ছেপ্তেম্বৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Barasha Misra
Barasha Misra | Updated On: 13 Sep 2025 10:13 AM
কিছুদিনৰ পৰা সোণ-ৰূপৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। এই মূল্যৰ পৰিৱৰ্তন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দ্বাৰাও প্ৰভাৱিত হয়।

1 / 5
ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়লৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৯৭০৭ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২৮০০৮ টকালৈ বৃদ্ধি পাইছে।

2 / 5
শনিবাৰ আৰু দেওবাৰে বজাৰ বন্ধ থাকে, গতিকে শুকুৰবাৰৰ শেষৰ মূল্যটোৱেই এই দুদিন একে থাকে।

3 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,১১৭ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,১৯০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৮,৩৩৭ টকা।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৩৩ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,৩৩,০০০ টকা।

5 / 5