শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold price today: সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে চাওক আজিৰ দাম…

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ১২ ছেপ্তেম্বৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Barasha Misra
Barasha Misra | Published: 12 Sep 2025 10:06 AM
আজি ১২ ছেপ্টেম্বৰ তাৰিখে পুৱা ৯.৩০ বজাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত প্ৰায় ১০৯,৫৬১ টকা হৈছে।

1 / 5
এতিয়ালৈকে সোণৰ নিম্ন অভিলেখ ১০৯,৩৫১ টকা আৰু উচ্চ অভিলেখ গঢ়িছে ১০৯,৫৮০ টকাৰে।

2 / 5
ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে পুৱালৈকে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০৯০৯৭ টকালৈ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ১২৪৪৯৯ টকালৈ হ্ৰাস পাইছে।

3 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১১,১২৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,২০০ টকা আৰু ১৮ কেৰেট সোণ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম প্ৰতি গ্ৰাম ৮,৩৪৬ টকা।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১৩২ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৩২,০০০ টকা।

5 / 5