শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: গুৱাহাটীত আজি কিমান দামত বিক্ৰী হৈছে সোণ? জানক…

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৯,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৭,৫০০ টকা হৈছে । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Published: 24 Dec 2025 09:51 AM
আজি ২৪ ডিচেম্বৰ , বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৮,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ১,২৭,৩৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,১৯,০০০  টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৯,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৭,৫০০ টকা হৈছে ।  আজি প্ৰতি কিলোগ্ৰাম ৰূপ ২,১৯,০০০  টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,৮৯৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৭৩৫  টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৪২০ টকা হৈছে।

3 / 5
একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০৪,২০০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২৭,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৮,৯৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২৩৩ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,৩৩,০০০ টকা।

5 / 5