Gold Price Today: কমিল নে বাঢ়িল? গুৱাহাটীত আজি ১০ গ্ৰাম সোণৰ দাম কিমান হৈছে জানক…
Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৫১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৩০০ টকা । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5