Gold Price Today: ধনতেৰাচৰ পূৰ্বে হোৰাহোৰে বাঢ়িছে সোণ দাম, গুৱাহাটীত কিমান হৈছে জানক…
Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৮, ৮৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৮, ১০০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5