শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শাওন মাহত সাপ দেখাটো শুভ নে অশুভ? জ্যোতিষৰ মতে…

Seeing Snake in Sawan: শাওন মাহক ভোলানাথৰ প্ৰিয় বুলি গণ্য কৰা হয় আৰু সোমবাৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। শাওনৰ সোমবাৰে বহু সময়ত মানুহে সাপ দেখা পায়। জ্যোতিষ অনুসৰি জানো আহক শাওনৰ সোমবাৰে সপোনত সাপ দেখা পালে কি হয়।

trishna-kalita
Trishna Kalita | Published: 15 Jul 2025 11:24 AM
শাওন  মাহত সাপ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। কাৰণ এই মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত আৰু সাপ ভগৱান শিৱৰ প্ৰতীক। শাওনত যদি সাপ দেখা যায় তেন্তে সেয়া হয়তো ভগৱান শিৱৰ কৃপাৰ চিন হ’ব পাৰে।

1 / 7
ধৰ্মীয় বিশ্বাস অনুসৰি শাওনৰ সোমবাৰে সাপ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ হিন্দু ধৰ্মত সোমবাৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। অৰ্থাৎ অতি সোনকালে আপোনাৰ ইচ্ছা পূৰণ হ'ব।

2 / 7
জ্যোতিষৰ মতে শাওনৰ সোমবাৰে শিৱ মন্দিৰৰ ভিতৰত বা আশে-পাশে সাপ দেখা পোৱাটো শুভ। অৰ্থাৎ আপোনাৰ জীৱনৰ সকলো বিপদৰ অন্ত পৰিব আৰু আপুনি বহুত টকা পাব।

3 / 7
যদি আপুনি শাওনৰ সোমবাৰে ক’ৰবালৈ গৈ আছে আৰু বাটত সাপ দেখা পায়, তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। অৰ্থাৎ আগন্তুক সময়ত আপুনি পুৰণি টকা উভতাই পাব পাৰিব আৰু আবদ্ধ কামবোৰ সম্পূৰ্ণ হৈ যাব।

4 / 7
শাওনৰ সোমবাৰে সাপ দেখাটো ভগৱান শিৱৰ কৃপা আৰু আশীৰ্বাদৰ চিন হ’ব পাৰে। অৰ্থাৎ ভগৱান শিৱ আপোনাৰ ওপৰত সন্তুষ্ট  হৈছে আৰু আপুনি অতি সোনকালে কিছু ভাল খবৰ পাব।

5 / 7
শাওনৰ সোমবাৰে বাটত সাপ দেখাৰ অৰ্থ হ’ল  আপোনাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বৰষুণ  হ'ব আৰু মহাদেৱৰ কৃপাও লাভ কৰিব। অৰ্থাৎ চাকৰিত পদোন্নতিও পাব পাৰি আৰু ঘৰত টকাৰ সোঁত বাঢ়িব পাৰে।

6 / 7
শাওন মাহত ক’লা সাপ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়।  শাওনৰ সোমবাৰে যদি শিৱ মন্দিৰৰ আশে-পাশে কোনো সাপ দেখা পায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ আছে।

7 / 7