শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Budget 2026: এইবাৰৰ বাজেটত কমিব নেকি আপোনাৰ স্বাস্থ্য বীমাৰ খৰচ? জানক…

Budget Expectation: কৰ বিশেষজ্ঞসকলে চৰকাৰৰ ওপৰত যি আশা ৰাখিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল গৃহ ঋণৰ সুতৰ হাৰ আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ৰেহাই। বৰ্তমান এই সুবিধাসমূহ কেৱল পুৰণি কৰ গাঁথনিতহে উপলব্ধ, নতুন কৰ গাঁথনিত আয়কৰ দাখিল কৰাসকলে এই সুবিধা নাপায়।

Trishna Kalita
Trishna Kalita | Updated On: 29 Jan 2026 14:06 PM
১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২৬। বাজেট ওচৰ চাপি অহাৰ লগে লগে সাধাৰণ ৰাইজৰ আশা-প্ৰত্যাশাও বাঢ়িছে। আয়কৰ গাঁথনিত যেনেকৈ পৰিৱৰ্তন হ’ব পাৰে, ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰেও নতুন কৰ গাঁথনিত মধ্যবিত্ত শ্ৰেণীৰ বাবে অধিক ৰেহাই বা অন্যান্য সুবিধা প্ৰদান কৰিব পাৰে।

1 / 5
কৰ বিশেষজ্ঞসকলে চৰকাৰৰ ওপৰত যি আশা ৰাখিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল গৃহ ঋণৰ সুতৰ হাৰ আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ৰেহাই। বৰ্তমান এই সুবিধাসমূহ কেৱল পুৰণি কৰ গাঁথনিতহে উপলব্ধ, নতুন কৰ গাঁথনিত আয়কৰ দাখিল কৰাসকলে এই সুবিধা নাপায়।

2 / 5
যিহেতু প্ৰতি বছৰে চিকিৎসাৰ খৰচ ১২ৰ পৰা ১৪ শতাংশ বৃদ্ধি পাইছে, সেয়েহে স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ পৰা ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকা কৰ্তনৰ দাবী উত্থাপন হৈছে।

3 / 5
প্ৰতিবেদন অনুসৰি এইবাৰৰ বাজেটত নতুন আৰু পুৰণি দুয়োটা কৰ গাঁথনিতে ধাৰা ৮০ডি অন্তৰ্ভুক্ত হ’ব পাৰে। জ্যেষ্ঠ নাগৰিকৰ বাবে কৰ্তন বেছি হ’ব পাৰে।

4 / 5
ইয়াৰ লগতে হোম লোণৰ সুত বা দৰমহাৰ এইচ আৰ এ ফ্লেট ডিডকচনৰ বাবে অনুৰোধ কৰা হৈছে। যিহেতু সম্পত্তি বা সম্পত্তিৰ দাম বাঢ়িছে, ই এম আই বাঢ়িছে, গতিকে ২-৩ লাখ টকাৰ পৰিৱৰ্তে অধিক কৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। আন এটা দাবী কৰিছে কৰ বিশেষজ্ঞসকলে, যিটো হৈছে সঞ্চয় আৰু ফিক্সড ডিপ’জিটৰ ওপৰত অধিক সুত কৰ্তন।

5 / 5