Turmeric : ওজন নিয়ন্ত্ৰণত ৰাখিব ! হালধিৰ উপকাৰিতাৰ বিষয়ে জানক
মেদবহুলতাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ সময়মতে খাদ্য খোৱা, নিয়ম অনুসৰি শাৰীৰিক ব্যায়াম কৰা আদিৰ ওপৰত গুৰুত্ব দিয়ক । ইয়াৰ উপৰিও দ্য আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হালধিয়ে ওজন কমোৱাত সহায় কৰে। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক...

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8