কেলৰি কমাবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্কুৱাট কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ তলৰ অংশৰ পেশীবোৰো শক্তিশালী হয়। ইয়াৰ ফলত শক্তিও বৃদ্ধি পায়। ভৰি, কঁকাল ভাল আকৃতিত ৰাখিবলৈ আৰু পেশীবোৰ শক্তিশালী কৰিবলৈ দৈনিক স্কুৱাট কৰাটো অতি উপকাৰী। ইয়াৰ ফলত আপোনাৰ আঁঠুৰ গাঁঠিবোৰো মজবুত হৈ থাকে।