Assam Weather Update: ৰাজ্যৰ ভিন্নপ্ৰান্তত ঘন কুঁৱলীৰ আচ্ছাদন, কেইবাখনো জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী
Assam Weather: প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ ৮ খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ আহ্বান।

1 / 5
      

2 / 5
      

3 / 5
      

4 / 5
      

5 / 5