Assam Weather: প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত বৰষুণ, ঘন কুঁৱলীৰ বাবে গুৱাহাটীত বিমানৰ যাত্ৰা বাতিল!
Assam Weather Update: কুঁৱলীৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ঘন কুঁৱলীৰ বাবে যান-বাহন চলোৱা অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইয়াৰ মাজতে ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5