পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ, পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে জলজ পক্ষীৰ আগমন…!
শনিবাৰে প্ৰতি বছৰৰ দৰে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা জলজ পক্ষীৰ পিয়ল কৰা হয় । এই পিয়লৰ প্ৰাৰম্ভিক হিচাপত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ ইংগিত পোৱা গৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে ।

1 / 5
      

2 / 5
      

3 / 5
      

4 / 5
      

5 / 5
      
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      