আজিৰে পৰা গুৱাহাটীৰ ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান, কোন কোন অঞ্চলত নাপাব পানী?
আজিৰে পৰা ৩ দিনলৈ মহানগৰবাসীয়ে ভুগিব লাগিব দুৰ্ভোগ৷ গুৱাহাটীৰ ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান৷ জাননীযোগে এই কথা জনালে গুৱাহাটী জল ব'ৰ্ডে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5