শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অলিম্পিকৰ পূৰ্বে সংকটত ভাৰতঃ ৱাডাই নিলম্বন কৰিলে তাৰকা বক্সাৰক

পেৰিছ অলিম্পিকলৈ আৰু মাত্ৰ তিনিটা মাহ। তাৰ পিছতে বিশ্ব ক্ৰীড়াৰ আটাইতকৈ বৃ্হৎ মহোৎসৱ অলিম্পিক মহাৰণ। পেৰিছ অলিম্পিকৰ উদ্দেশ্যে সাজু হৈছে ভাৰতো। দেশৰ গৌৰৱধ্বজা উৰুৱাবলৈ প্ৰস্তুতিৰত পেৰিছলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকল। কিন্তু এই প্ৰস্তুতিৰ মাজতে ভাৰতীয় দল সন্মুখীন হৈছে এক সংকটৰ।

monjit-dutta
Monjit Dutta | Published: 17 May 2024 19:40 PM
নিলম্বিত হৈছে তাৰকা ভাৰতীয় মহিলা বক্সাৰ পাৰবীন হুদা।

নিলম্বিত হৈছে তাৰকা ভাৰতীয় মহিলা বক্সাৰ পাৰবীন হুদা।

1 / 5
পাৰবীন হুডাৰ নিলম্বনে অলিম্পিকৰ পূৰ্বে এক বৃহৎ সংকট সৃষ্টি কৰিছে ভাৰতীয় শিবিৰত।

পাৰবীন হুডাৰ নিলম্বনে অলিম্পিকৰ পূৰ্বে এক বৃহৎ সংকট সৃষ্টি কৰিছে ভাৰতীয় শিবিৰত।

2 / 5
ৱাডাৰ তথ্য অনুসৰি বিগত ১২ মাহত তিনিবাৰকৈ পাৰবীনে তেওঁ অৱস্থানৰ বিষয়ে প্ৰকাশ কৰা নাছিল। এনে কাৰণত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৱাডাৰ তথ্য অনুসৰি বিগত ১২ মাহত তিনিবাৰকৈ পাৰবীনে তেওঁ অৱস্থানৰ বিষয়ে প্ৰকাশ কৰা নাছিল। এনে কাৰণত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

3 / 5
ৱৰ্ল্ড এণ্টি ডপিং এজেন্সী, চমুকৈ ৱাডাই শাস্তি স্বৰূপে পাৰবীনক নিলম্বন কৰিছে।

ৱৰ্ল্ড এণ্টি ডপিং এজেন্সী, চমুকৈ ৱাডাই শাস্তি স্বৰূপে পাৰবীনক নিলম্বন কৰিছে।

4 / 5
ৱাডাৰ নিলম্বনৰ ফলত পেৰিছ অলিম্পিকৰ কোটাও হেৰুৱাব পাৰে পাৰবীনে।

ৱাডাৰ নিলম্বনৰ ফলত পেৰিছ অলিম্পিকৰ কোটাও হেৰুৱাব পাৰে পাৰবীনে।

5 / 5