স্বাধীনতা দিৱসৰ বিশেষ উপহাৰ Viৰঃ গ্ৰাহকে লাভ কৰিব বিনামূলীয়া ডাটা আৰু OTTৰ চাবছক্ৰিপচন
দেশৰ অন্যতম আগশাৰীৰ টেলিকম কোম্পানী ভোডাফোন আইডিয়াই কোম্পানীটোৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে স্বাধীনতা দিৱসৰ বিশেষ অফাৰ। এই অফাৰৰ জৰিয়তে Viৰ প্ৰিপেইড গ্ৰাহকসকলে কোম্পানীটোৰ পৰা এবছৰৰ বাবে বিনামূলীয়া ডাটা আৰু বিনামূলীয়া OTTৰ চাবছক্ৰিপচন লাভ কৰিব। এই অফাৰ গ্ৰাহকসকলৰ বাবে কেতিয়ালৈকে উপলব্ধ থাকিব, চাওঁ আহক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5