ৰাজ্যজুৰি বীৰ লাচিত সেনাৰ ধৰ্মঘট, কেইবাটাও দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
নাগৰিকত্ব সংশোধনী আইন (CAA)২০১৯ সম্পূৰ্ণ ৰূপে বাতিলৰ দাবী সংগঠনটোৱে। লগতে অসমত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। গোলাঘাটত ,বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5