ৰাজপথৰ পৰাই শৃংখল চলিহাক আটক আৰক্ষীৰ, নিশাই হোৱাটচ্ এপত পঠিয়াইছিল চমন
ডিমৌৰ দিনজানত ৰাষ্ট্ৰীয় ঘাইপথতে আটক কৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় অভিমুখে লৈ যোৱা হৈছে শৃংখল চলিহাক । আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি আটক কৰা হৈছে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ।

1 / 7

2 / 7

3 / 7

4 / 7

5 / 7

6 / 7

7 / 7