পাকিস্তান সমৰ্থিত মন্তব্য় দিয়াৰ অভিযোগত আৰু দুজনক গ্ৰেপ্তাৰ, ৩৯ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্য়া…
পাকিস্তান সমৰ্থিত মন্তব্যৰ বাবে ৰাজ্যত আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগে লগে এই অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পালে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5