বৃদ্ধি পাব শীতৰ প্ৰকোপ ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…
ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ । আজিৰ দিনটোৰ সন্ধিয়া ভাগলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হোৱা দেখা যায় । পুহ মহীয়া শীতৰ মাজতে ৰাজ্যৰ ৰাজধানীত দেখা যায় আবতৰীয়া বৰষুণ ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5