Run for Unity : ‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ উপলক্ষে গুৱাহাটীত ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰ…
চৰ্দাৰ বল্লভভাই পেটেলক সন্মান জনাই আজি ২৯ অক্টোবৰ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘ৰাণ ফৰ ইউনিটি’ মাৰাথন দৌৰ । ‘ৰান ফৰ ইউনিটি’ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দিল্লীত "Run for Unity"ৰ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5