ৰাজ্যৰ কোন কোন স্থানত আলফা(স্বা)য়ে ৰাখিছিল বোমা? চাওক ফটো…
আজি দেশে পালন কৰিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ মাজতে আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰি কয় যে ৰাজ্য কেইবাটা স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছে। ইয়াৰ ফটোও তেওঁলোকে জাৰি কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5