সৌম্য টণ্ডনৰ দৰে পিন্ধক পাতল ওজনৰ শাৰী, বৃদ্ধি পাব সৌন্দৰ্য
টিভিৰ 'গোৰী মেম' নামেৰে জনাজাত অভিনেত্ৰী সৌম্য টণ্ডন এক আকৰ্যণীয় সৌন্দৰ্যৰ অধিকাৰী। আনহাতে অভিনেত্ৰীগৰাকীৰ প্ৰতিটো ষ্টাইলেও সকলোৰে মনোযোগ আকৰ্ষণ কৰে। অভিনেত্ৰীগৰাকীক প্ৰায়ে শাৰীত দেখা যায় যিবোৰ যথেষ্ট পাতল ওজনৰ আৰু আৰামদায়ক। আপুনিও পিন্ধিব পাৰে,সেই ষ্টাইলৰ শাৰী। চাও আহক লুকবোৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5