Truke BTG 500: এই হেডফোন মাত্ৰ 999 টকাত পাব, বেটাৰী চলিব সম্পূৰ্ণ ১০ ঘন্টা
Truke এ মুকলি কৰিছে নতুন অভাৰহেড হেডফোন, যাৰ নাম হৈছে BTG 500। কোম্পানীটোৰ মতে, ই প্ৰায় ১০ ঘণ্টা ধৰি চলি থাকিব। এইবোৰ ফ্লিপকাৰ্টৰ পৰা এতিয়া মাত্ৰ ৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। যদিও ইয়াৰ নিয়মীয়া মূল্য ১২৯৯ টকা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5