KBC: কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ
টেলিভিচনত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’সমূহৰ ভিতৰত বহুল প্ৰচলিত তথা জনপ্ৰিয় শ্ব’ হিচাপে কৌন বনেগা কৰোৰপটিৰ নাম প্ৰথমৰ ফালেই উচ্চাৰিত হ’ব। বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে সঞ্চালনা কৰা চনী টিভিৰ এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ত অসমৰ এগৰাকী কিশোৰীয়ে নিজৰ একাগ্ৰতা, দৃঢ়তা আৰু বৌদ্ধিক দক্ষতাৰ আভাস দি জয় কৰিছে ২৫ লাখ টকাৰ পুৰস্কাৰ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5