কামপুৰ দুৰ্ঘটনাৰ পিছতে বাতিল হ’ল কেইবাখনো ৰে’ল, চাই লওক সম্পূৰ্ণ তালিকা
এই ভয়ংকৰ দুৰ্ঘটনাত ৰাজধানী এক্সপ্ৰেছৰ ৫টা ডবা ৰে’ল লাইনৰ পৰা নামি যায়। ইফালে এই দুৰ্ঘটনাৰ পিছত উজনি-নামনিৰ কেইবাখনো ৰে'ল বিভিন্ন ষ্টেচনত আৱদ্ধ হৈ পৰে। আনহাতে দুৰ্ঘটনাৰ বাবে ৬খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে। চাওক বাতিল হোৱা ৰে’লৰ তালিকা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5