ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা, দ’ খাৱৈত সোমাল চাৰিচকীয়া বাহন, ৩ জনৰ মৃত্যু
ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হৈছে বাহনখনত থকা তিনিগৰাকী আৰোহী। ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাহনখনত আছিল যুৱতীসহ দূজনকৈ লোক ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5