টীয়কত দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, OC সত্যন্দ্ৰ মালাকাৰৰ মৃত্যু
ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাঁজীত দুৰ্ঘটনাত পতিত হয় বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোক আছিল।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5