শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শীঘ্ৰে মুকলি আকাশ তললৈ আহিব চুমি বৰা! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

বিগত কেইবামাহ ধৰি কাৰাগাৰত আৱদ্ধ হৈ থকাৰ পিছত জামিন লাভ কৰিলে চুমিয়ে। ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটাতে গোচৰৰ জামিন লাভ চুমি বৰাৰ। শীঘ্ৰে মুকলি আকাশ তললৈ আহিব চুমি।

trishna-kalita
Trishna Kalita | Updated On: 21 May 2025 12:30 PM
দীৰ্ঘদিন ধৰি চৰ্চাত আছে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰা। বিশাল ফুকন আৰু তাৰ্কিক বৰাই জামিন লাভ কৰাৰ পিছতে এইবাৰ চুমিয়েও লাভ কৰিলে জামিন।

1 / 5
বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক। কেইবামাহ ধৰি কাৰাগাৰত আৱদ্ধ হৈ থকাৰ পিছত জামিন লাভ কৰিলে চুমিয়ে।

2 / 5
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে চুমি বৰাৰ। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে চুমিয়ে।

3 / 5
ইয়াকে লৈ ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰতে জামিন লাভ চুমি বৰাৰ। শীঘ্ৰে মুকলি আকাশ তললৈ আহিব চুমি।

4 / 5
১২ ছেপ্টেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা চুমি বৰাই ডিব্ৰুগড়ৰ বৰবৰুৱা আৰু দুলীয়াজান থানাৰ গোচৰৰ লগতে কেন্দ্ৰীয় তদন্ত সংস্থা (চিবিআই)ৰ গোচৰতো জামিন লাভ কৰিছে।  ইতিমধ্যে এই গোচৰৰ অন্য দুজন প্ৰধান অভিযুক্ত বিশাল ফুকন আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰাই ৩ মে’ত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছে।

5 / 5