CBIৰ জিম্মালৈ বিশাল-চুমি-তাৰ্কিক: ৮ অভিযুক্তক CBI-এ চলাব জেৰা
৩ দিনৰ CBIৰ জিম্মাত চুমি-বিশাল-তাৰ্কিক। চুমি-বিশালৰ সৈতে আন ৮ জনকো CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CBIৰ বিশেষ আদালতে CBIক জিম্মাত দিয়ে ৮ অভিযুক্তক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5