শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মেঘালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তাৰ পূৰ্বে জানক বিশেষ এই ৪ খন ঠাইৰ বিষয়ে…

চুবুৰীয়া ৰাজ্য মেঘালয় পৰ্যটনৰ ক্ষেত্ৰৰ বাবে বিখ্যাত। ৰাজ্যখনত বহু ধুনীয়া পৰ্যটনস্থলী আছে। এই লেখাটোত আমি বিশেষ ৪ টা পৰ্যটনস্থলীৰ নাম উল্লেখ কৰা হ'ল।

barasha-sarma
Barasha Sarma | Updated On: 08 Jul 2025 17:20 PM
Markham valley: চাৰিওফালে পাহাৰেৰে আবৃত্তি মেঘালয়ৰ অন্যতম এক পৰ্যটনস্থলী মাৰ্খাম ভেলী। গুৱাহাটীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই ঠাইখন। ইয়াত উপস্থিত হ'বলৈ প্ৰয়োজন হ'ব প্ৰায় ৪ ঘন্টা। যদি এই ঠাইলৈ যাব বিচাৰিছে তেন্তে বাইক বা অন্য বাহন লৈ সহজে যাব পাৰিব।

1 / 5
Lyngksiar Falls: লিংক্সিয়াৰ জলপ্ৰপাত চেৰাপুঞ্জীত অৱস্থিত। গুৱাহাটীৰ পৰা ১৩৮ কিলোমিটাৰ দূৰত থকা এই ঠাইলৈ যাবৰ বাবে আপোনক প্ৰায় ৪ ঘন্টা সময়ৰ প্ৰয়োজন হ'ব।  ইয়াৰ ওচৰে পাজৰেও আৰু কেইবাটা জলপ্ৰপাত আৰু গুহা আছে। এই জলপ্ৰপাটোত উপস্থিত হ'বলৈ আপুনি ৪-৫ মিনিট সময় খোজ কাঢ়িব লাগিব।

2 / 5
Meghalaya 1Wei sawdong Falls: ৱে চাওদং জলপ্ৰপাত গুৱাহাটীৰ পৰা প্ৰায় ১৪৮ কিলোমিটাৰ দূৰত অৱস্থিত। এই ঠাইত উপস্থিত হ'বলৈ প্ৰায় ৪-৫ ঘন্টা সময় লাগিব। ইয়াৰোপৰি ৪০-৪৫ মিনিটৰ ট্ৰেকিঙৰ পাছতহে আপুনি এই ধুনীয়া জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব।

Wei sawdong Falls: ৱে চাওদং জলপ্ৰপাত গুৱাহাটীৰ পৰা প্ৰায় ১৪৮ কিলোমিটাৰ দূৰত অৱস্থিত। এই ঠাইত উপস্থিত হ'বলৈ প্ৰায় ৪-৫ ঘন্টা সময় লাগিব। ইয়াৰোপৰি ৪০-৪৫ মিনিটৰ ট্ৰেকিঙৰ পাছতহে আপুনি এই ধুনীয়া জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব।

3 / 5
living root bridge: লিভিং ৰুট ব্ৰীজ এক ট্ৰেকিং পইন্ট। গুৱাহাটীৰ পৰা প্ৰায় ১৫৫ কিলোমিটাৰ দূৰত অৱস্থিত এই পৰ্যটনস্থলী।  ইয়াত উপস্থিত হ'বৰ বাবে আপোনাক প্ৰায় ৫ ঘন্টা সময়ৰ প্ৰয়োজন হ'ব। এই ব্ৰীজখন  প্ৰাকৃতিকভাৱে নিৰ্মাণ হৈছে।  এই ব্ৰীজখনত উপস্থিত হ'বলৈ আপুনি ২০০০ তকৈ অধিক চিৰি খোজ কাঢ়িব লাগিব ।

4 / 5
মেঘালয়লৈ যোৱাৰ পূৰ্বে মনত ৰাখিব- কিছুদিন পূৰ্বে ৰাজ্যখনৰ পূৱ খাছি পাহাৰ জিলাত ট্ৰেকিং (outdoor activities)ৰ বাবে গাইড ব্যৱহাৰ কৰা বাধ্যতামূলক কৰিছে। ইষ্ট খাছি হিলছৰ উপ আয়ুক্ত ৰ’জেটা এম কুৰ্বাহে এক নিৰ্দেশত কয় যে সুৰক্ষাজনিত কাৰণত এতিয়া সকলো পৰ্যটকে অঞ্চলটোত ট্ৰেকিং আৰু আউটড’ৰ কাৰ্যকলাপৰ বাবে পঞ্জীয়নভুক্ত পৰ্যটক গাইডৰ সেৱা লোৱাটো বাধ্যতামূলক।

5 / 5