শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীত আজি সোণ-ৰূপৰ মূল্য কিমান? পলকতে চাওক

দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,১৬২ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬২১ টকা।

Manas Borah
Manas Borah | Published: 24 Aug 2025 09:52 AM
আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,১৬২ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬২১ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ মতে, আজি দিল্লীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০১,৭৭০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৩৩০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৩৪০ টকা।

2 / 5
একেদৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,১৬২ টকা। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬২২ টকা।

3 / 5
গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ সোণৰ মূল্য ১,০১,৬২০ টকা, ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,২২০ টকা।

4 / 5
আজিৰ দিনটোত প্ৰতিগ্ৰাম ৰূপৰ মূল্য ১২০ টকা। সেই অনুসৰি প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১,২০,০০০ টকা।

5 / 5