Chandana Sharma Birthday: আজি জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ জন্মদিন, অভিনয়েৰে হৃদয় জিনিছে সকলোৰে…
অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যত চন্দনা শৰ্মা। অসমীয়া ছবি আৰু ধাৰাবাহিকৰ জৰিয়তে সকলোৰে মন জয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰায়ে সামাজিক মাধ্যমত পৰিয়ালৰ লগত ফটো শ্বেয়াৰ কৰি ভাল ভায় অভিনেত্ৰীগৰাকীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5