শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীত আজি সোণ-ৰূপৰ মূল্য কিমান? চাওক…

আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৪৯০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮১,৩৭০ টকা।

manas-borah
Manas Borah | Published: 07 Sep 2025 10:09 AM
আজি দেওবাৰৰ দিনটোত দেশত সোণ-ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজি ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৪৯০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮১,৩৭০ টকা।

1 / 5
আজিৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৬২০ টকা। একেদৰে  ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৬০০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮১,৪৯০ টকা।

2 / 5
আজি বন্ধৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণৰ মূল্য একে আছে। আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,০৮,৪৯০ টকা।

3 / 5
একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৪৫০ টকা। ইফালে ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৮১,৩৭০ টকা।

4 / 5
আজি ৰূপৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৮০ টকাৰ বিপৰীতে প্ৰতি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,২৮,০০০ টকা।

5 / 5