শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি শাৰদীয় দুৰ্গাপূজাৰ ষষ্ঠী, আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান?

আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,৫৪৮ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৮৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৬৬১ টকা।

manas-borah
Manas Borah | Published: 28 Sep 2025 10:07 AM
আজি ২৮ ছেপ্টেম্বৰ বুধবাৰ। আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১১,৫৪৮ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৮৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮,৬৬১ টকা।

1 / 5
গুড ৰিটাৰ্নছৰ তথ্য অনুসৰি, আজি দিল্লী বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,৬৩০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৬,০০০ টকা। ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৮৬,৭৬০ টকা।

2 / 5
আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,৪৮০ টকা । একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৮৫০ টকা।

3 / 5
ইফালে, ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৬,৬১০ টকা। দেখা গৈছে যে, আজি বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই।

4 / 5
ৰূপৰ প্ৰতিগ্ৰামৰ মূল্য ১৪৯ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ দাম হৈছে ১,৪৯,০০০ টকা।

5 / 5