শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য

বন্ধৰ দিনটোত সোণ-ৰূপ মূল্যৰ কোনো পৰিৱৰ্তনা হোৱা দেখা নাই। গুৱাহাটী বজাৰত সোণ-ৰূপৰ মূল্য কিমান চাওঁ আহক।

Manas Borah
Manas Borah | Updated On: 05 Oct 2025 10:15 AM
আজি দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপ মূল্যৰ কোনো পৰিৱৰ্তনা হোৱা দেখা নাই। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১১,৯৪০ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৯৪৫ টকা, ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮, ৯৫৫ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী দিল্লীত আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৫৫০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৬০০ টকা। ইফালে, ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৭০০ টকা।

2 / 5
আজিৰ বন্ধৰ দিনটোত গুৱাহাটী বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৪০০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৪৫০ টকা। ইফালে, ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৫৫০ টকা।

3 / 5
কলকাতা বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৪০০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য  ১,০৯,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৫৫০ টকা।

Gold Price (কলকাতা বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৯,৪০০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৯,৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮৯,৫৫০ টকা। )

4 / 5
ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য ১৫৫ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫৫,০০০ টকা।

5 / 5