শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান? জানক

আজি দেওবাৰৰ দিনটোত দেশৰ অন্যান্য চহৰৰ লগতে গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান জানোঁ আহক।

Manas Borah
Manas Borah | Updated On: 26 Oct 2025 09:53 AM
আজি দেওবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই। আজিৰ দিনটোত দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ১২, ৫৬২ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ১১,৫১৫ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৪২২ টকা।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৭৭০ টকা। ইয়াৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,৩০০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,৩৭০ টকা।

2 / 5
ইফালে, কলকাতাত ২৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৬২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,১৫০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,২২০ টকা।

3 / 5
গুৱাহাটীত আজিৰ দিনটোৰ ২৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৬২০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,১৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৪,২২০ টকা।

4 / 5
বজাৰত আজি ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য ১৫৫ টকাৰ হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,৫৫,০০০ টকা।

5 / 5